Benchmarks
View scores and output across OCR models spanning many document categories.
Want to run these evals on your own documents?
Talk to Sales
উপস্থাপন কৰে বুলি আল্লাহ তাআলাই কোৰআনৰ বহু ঠাইত
উল্লেখ কৰিছে।
ঠিক এনেকৈ চয়তানে গণক ও জোতিষিসকলকো সাহায্য কৰে
সিহঁতৰ কাম-কাজত। সেয়ে কেতিয়াবা এইবোৰ গণকসকলৰ
কথা ও ভৱিষ্যতবাণী সত্যত পৰিণত হোৱা দেখা যায়।
এনেকৈ চয়তানে মানুহৰ আকৃতি ধাৰণ কৰি বিপদগ্ৰস্ত মানুহক
কয় অমুক মাজাৰত যোৱা, তেন্তে কাম হ'ব। পিছত সি যেতিয়া
মাজাৰত যায় তেতিয়া চয়তান মানুহৰ ৰূপ ধাৰণ কৰি তাক সহায়
কৰিবলৈ আগুৱাই আহে। ফলত বিপদগ্রস্ত মানুহজনে ধাৰণা কৰে
মাজাৰত শুই থকা অলীয়ে তাক সহায় কৰিছে। এনেকৈ চয়তানে
মানৱ সমাজত শ্বিৰ্কৰ প্ৰচলন ঘটাইছে আৰু শ্বিৰ্কৰ প্ৰসাৰ কৰি
আছে।
দুই. আৰু যদি প্রার্থীত বিষয়টো এনে হয় যিটো পুৰণ কৰা
কেৱল আল্লাহ তাআলাৰ পক্ষেই সম্ভৱ, তেনেহলে বুজিব লাগিব
যে এই বিষয়টো অৰ্জনৰ কথা তাকদীৰত (ভাগ্যত) আগতেই লিখা
হৈছিল। কবৰত শুই থকা ব্যক্তিৰ বৰকতত এইটো অৰ্জন হোৱা
নাই।
গতিকে সকলো বিবেকসম্পন্ন মানুহে বুজিব লাগিব যে
মাজাৰত গৈ দুআ কৰিলে কবুল হয় বুলি বিশ্বাস কৰা সকলো
ক্ষেত্ৰতেই কুসংস্কাৰ। কোনোবাই যদি মাজাৰত গৈ দুআ প্ৰাৰ্থনা
17