Talk to Sales

Benchmarks

View scores and output across OCR models spanning many document categories.

Want to run these evals on your own documents?

Talk to Sales
Page 1

Official Spokesperson's response to queries on the recent media report quoting a Chinese Foreign Ministry statement regarding China's position on the LAC

September 29, 2020

বিষয়ববীয়া মুখপাত্ৰৰ প্ৰক্ৰিয়া শেহতীয়া মিডিয়া প্ৰতিবেদনৰ প্ৰশ্নৰ
ওপৰত য'ত এল এ চি-ৰ সম্পৰ্কত চীনৰ স্থিতিৰ বিষয়ে কৰা চীনা বিদেশ
মন্ত্ৰালয়ৰ ভাষ্য উল্লেখ কৰা হৈছিল

চেপ্তেম্বৰ 29, 2020

শেহতীয়া এখন সংবাদ প্রতিবেদনত উল্লেখ এল এ চি-ৰ সন্দৰ্ভত চীনৰ স্থিতিৰ বিষয়ে কৰা এজন চীন
বিদেশ মন্ত্ৰালয়ৰ ভাষ্যৰ প্ৰশ্নৰ উত্তৰত, বিষয়ববীয়া মুখপাত্ৰ শ্ৰী অনুৰাগ শ্ৰীভাস্তবে কয়:

আমি 29 চেপ্তেম্বৰৰ হিন্দুষ্টান টাইমচৰ এখন প্ৰতিবেদন দেখিছোঁ, য'ত ভাৰত-চীন সীমান্ত অঞ্চলৰ লাইন
অফ্ একচ্যুৱেল কন্ট্ৰলৰ (এল এ চ) ক্ষেত্ৰত চীনৰ স্থিতিৰ বিষয়ে দিয়া এজন চীন বিদেশ মন্ত্ৰালয়ৰ
ভাষ্য উল্লেখ কৰা হৈছিল।

ভাৰতে কেতিয়াও প্ৰকৃততে একপক্ষীয়ভাৱে 1959 চনত ব্যাখ্যা কৰা লাইন অফ্ একচ্যুৱেল কন্ট্রল (এল
এ চি) মানি লোৱা নাই। এই স্থিতি সদায়ে সংগত আৰু জনাজায়, চীন পক্ষৰ সন্মুখতো।

তদুপৰি, বিভিন্ন দ্বিপক্ষীয় চুক্তিৰ অধীনত, যাৰ ভিতৰত আছে 1993 চনৰ এল এ চি-ত শান্তি আৰু
স্থিৰতা ৰক্ষা চুক্তি, 1996 চনৰ সেনা ক্ষেত্রত বিশ্বাস গঠন পদক্ষেপ (চি বি এম) চুক্তি, 2005 চনৰ
চি বি এম ৰূপায়ন নীতি, 2005 চনৰ ভাৰত-চীন সীমা প্ৰশ্নৰ সমিধানৰ ৰাজনৈতিক গুণক আৰু
পথপ্রদর্শক নীতি চুক্তি, এল এ চি-ৰ স্থিতিৰ একক বুজনিৰ পাবলৈ ভাৰত আৰু চীন দুয়োৱে এল এ চি-
ৰ স্পষ্টিকৰণ আৰু নিশ্চিয়তাৰ প্ৰতিশ্ৰুতি দিছিল। আচলতে, দুয়ো পক্ষই 2003 চনলৈকে এল এ চি
স্পষ্টিকৰণ আৰু নিশ্চয় কৰাৰ বাবে এক অনুসৰণত লিপ্ত আছিল, কিন্তু এই প্ৰক্ৰিয়া বন্ধ কৰিব লগা
হ'ল কাৰণ এয়া অব্যহাত ৰাখিবলৈ চীনে ইচ্ছা প্রকাশ নকৰিলে।

সেয়ে, চীন পক্ষৰ এতিয়াৰ দাবী যে কেৱল এডাল এল এ চি আছে এই চুক্তিবোৰত কৰা চীনৰ গভীৰ
প্ৰতিশ্ৰুতিৰ সৈতে অসংগত।

আমি আগতে স্পষ্ট কৰাৰ দৰে, ভাৰতে সদায়ে এল এ চি-ৰ সন্মান আৰু অৱলম্বন কৰি আহিছোঁ।
মাননীয় ৰক্ষা মন্ত্ৰীয়ে শেহতীয়াকে সংসদত কোৱা ধৰণে, চীন পক্ষই এল এ চি-ৰ পশ্চিম ভাগৰ বিভিন্ন
অংশৰ সীমালংঘনৰ প্ৰচেষ্টাৰ দ্বাৰা, একপক্ষীয়ভাৱে শান্তি পৰিস্থিতি উলংঘা কৰিব চেষ্টা কৰিছে।

যোৱা কেইমাহ মানত, চীনে বাৰে বাৰে এয়া স্পষ্ট কৰিছে যে সীমান্ত অঞ্চলৰ বৰ্তমান পৰিস্থিতি দুইখন