Benchmarks
View scores and output across OCR models spanning many document categories.
Want to run these evals on your own documents?
Talk to Salesহ'ব লাগে। সকলোৱেতো উচ্চ পদ পাব নোৱাৰে। যিয়ে সেৱাই নকৰে তেওঁ কি পদ পাব। সংগ্ৰাহালয়ত সন্তানে কিমান সেৱা কৰে, নমতাকৈয়ে কিমান লোক আহি যায়। ইয়াক বিহংগ মাৰ্গৰ সেৱা বুলি কোৱা হয়। ক'ব নোৱাৰি ইয়াতকৈও অধিক বিহংগ মাৰ্গৰ সেৱা ওলাব। দুই-চাৰিখন মুখ্য চিত্ৰ নিশ্চয় লগত থাকিব লাগে। ডাঙৰ ডাঙৰ আকাৰৰ ত্ৰিমূৰ্তি, কল্পবৃক্ষ, সৃষ্টিচক্র, ছিৰি - এয়াতো সকলো ঠাইতে বহুত ডাঙৰ ডাঙৰ হ'ব লাগে। যেতিয়া সন্তানসকল বিচাৰ বুদ্ধি সম্পন্ন হ'ব তেতিয়াহে সেৱা হ'ব নহয়। সেৱাতো হ'বই। গাঁৱতো সেৱা কৰিব লাগে। মাতাসকলৰ লিখা-পঢ়া নাথাকিলেও পিতাৰ পৰিচয় দিয়াতো বহুত সহজ। আগতে মহিলাসকলে নপঢ়িছিল। মুছলমানসকলৰ ৰাজ্যত এটা চকু মেলি বাহিৰলৈ ওলাইছিল। এই বাবা বহুত অনুভৱী। পিতাই কয় - মই এইবোৰ নাজানো। মইতো ওপৰত থাকোঁ। এই সকলোবোৰ কথা এই ব্ৰহ্মাই তোমালোকক শুনায়। এওঁ অনুভৱী, মইতো 'মনমনাভৱ'ৰ কথাহে শুনাওঁ আৰু সৃষ্টি চক্ৰৰ ৰহস্য বুজাওঁ, যিটো এওঁ নাজানে। এওঁ নিজৰ অনুভৱ বেলেগে বুজায়, মই সেই কথাবোৰত নাযাওঁ। মোৰ ভূমিকা হৈছে কেৱল তোমালোকক ৰাস্তা দেখুওৱা। মই পিতা, শিক্ষক, গুৰু হওঁ, শিক্ষক হৈ তোমালোকক পঢ়াওঁ, বাকী ইয়াত কৃপা আদিৰ কোনো কথা নাই। পঢ়াওঁ আৰু লগত লৈ যাওঁ। এই পঢ়াৰ দ্বাৰাই সৎগতি হয়। মই আহিছোঁৱেই তোমালোকক লৈ যাবলৈ। শিৱৰ বৰযাত্ৰী বুলি গায়ন কৰা হয়। শংকৰৰ বৰযাত্ৰী বুলি নকয়। শিৱৰ বৰযাত্ৰী, সকলো আত্মা বৰ (দৰা) পিছত যায়। এই সকলোবোৰ হৈছে ভক্তি, মই হৈছোঁ ভগৱান। তোমালোকে মোক আহ্বানেই জনাইছা পৱন কৰি লগত লৈ যাবলৈ। গতিকে মই তোমালোক সন্তানসকলক লগত লৈয়ে যাম। হিচাপ-নিকাচ নিষ্পত্তি কৰাই লৈয়েই যাব লাগে।
পিতাইক বাৰে বাৰে কয় - মনমনাভৱ। পিতাক স্মৰণ কৰা তেতিয়া উত্তৰাধিকাৰো স্মৃতিলৈ আহিব। বিশ্বৰ বাদশাহী নোপোৱা জানো। তাৰ বাবে পুৰুষাৰ্থও তেনেকৈয়ে কৰিব লাগে। তোমালোক সন্তানসকলক কোনো কষ্ট নিদিওঁ। এইটো জানো যে তোমালোকে বহুত দুখ দেখিছা। এতিয়া তোমালোকক কোনো কষ্ট নিদিওঁ। ভক্তিমার্গত আয়ুসো কম হয়। অকাল মৃত্যু হৈ যায়, কিমান বিলাপ কৰে। কিমান দুখ সহন কৰে। মগজেই বেয়া হৈ যায়। এতিয়া পিতাই কয় - কেৱল মোক স্মৰণ কৰি থাকা। স্বৰ্গৰ মালিক হ'বলৈ হ'লে দৈৱীগুণো ধাৰণ কৰিব লাগে। পুৰুষাৰ্থ সদায় উচ্চ হ'বৰ কাৰণে কৰা হয় - আমি লক্ষ্মী-নাৰায়ণ হ'ম। পিতাই কয় - মই সূৰ্যবংশী-চন্দ্ৰবংশী, দুয়োটা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। তেওঁলোক বিফল হয় সেয়েহে ক্ষত্ৰিয় বুলি কোৱা হয়। যুদ্ধক্ষেত্ৰ নহয় জানো। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) সুখধামৰ উত্তৰাধিকাৰৰ পূৰা অধিকাৰ ল'বৰ কাৰণে সংগমত আত্মিক যাদুকৰ হৈ পিতাকো নিজৰ সন্তান কৰি ল'ব লাগে। পূৰা উৎসর্গিত হ'ব লাগে।
(2) স্বদৰ্শন চক্ৰধাৰী হৈ নিজক ভাগ্যশালী তৰা কৰি তুলিব লাগে। বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱাৰ নিমিত্ত হৈ উচ্চ পদ ল'ব লাগে। গাঁৱে গাঁৱে গৈ সেৱা কৰিব লাগে। লগতে স্মৃতিৰ খতিয়ানো নিশ্চয় ৰাখিব লাগে।
বৰদান: দৃঢ় সংকল্প ৰূপী ফিৰিঙতিৰে আত্মিক বোমাৰ আতচবাজী জ্বলাওঁতা সদায় বিজয়ী হোৱা
আজিকালি আতচবাজীত হিচাপে বোমা তৈয়াৰ কৰে কিন্তু তোমালোকৰ দৃঢ় সংকল্পৰ ফিৰিঙতিৰে আত্মিক
বোমাৰ আতচবাজী জ্বলোৱা যাৰ দ্বাৰা পুৰণি সকলো সমাপ্ত হৈ যায়। সেই লোকসকলেতো আতচবাজীত
ধন অপচয় কৰিব আৰু তোমালোকে উপাৰ্জন কৰিবা। সেয়া হৈছে আতচবাজী আৰু তোমালোকৰ হৈছে
উৰন্ত কলাৰ বাজী। ইয়াত তোমালোক বিজয়ী হৈ যোৱা। গতিকে দ্বৈত লাভ লোৱা, জ্বলোৱাও আৰু
উপাৰ্জনো কৰা– এটোই বিধি উপযোগ কৰা।
শ্লোগান: কোনো বিশেষ কাৰ্যত সহায়কাৰী হোৱা মানেই আশীৰ্বাদৰ লিফ্ট লোৱা।
!! ওঁম শান্তি !!
সফলতামূৰ্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত:
সংগঠনত সফল হ'বলৈ অথবা চূড়ান্ত কাকতত উত্তীর্ণ হ'বলৈ সহন শক্তি লাগে কিয়নো অন্তিম সময়ত ধন বা সাধন থকা